Singer: Achurjya Borpatra
Musician: Apurba Sunit
Written by: Apurba Jaan & Sunit Gogoi
ৰঙালী (Rongali 2023) Song Lyrics
বৰনৈ বাঢ়িলে চাপৰি বুৰিলে
টুপাই বুৰ মাৰিলে শিহু !
উজনি নামনিত ঢোলে গুমগুমালে ঐ
পালেহি ব’হাগৰ বিহু !!
অনতাংমা পাইলোছে মেচিচাংঞা ছৈনী ঐ
চমপাংক’ পাইলোছে চেফ্ৰি !
চিনাংকা পাইলোছে মেচিচাং জানাং ঐ
চমপাংক’ পাইলোছে চেফ্ৰি !!
ধনচেং ঢোলৰে বৰতি
ধনচেং ল’লো টানি টানি
আকৌ আহি পালেহি মৰমৰে বিহুটি
ধনচেং ধনৰ মলা , ফূলচেং ফুলৰ মলা
বিহু মাৰিবলৈ/২ যাওঁ !!
ধনচেং কঁকালৰ টঙালি
ধনচেং বান্ধিলো উজালি
ডালত পৰি বিনালে কলীয়াকৈ কুলিটি
ধনচেং ধনৰ মলা , ফুলচেং ফুলৰ মলা
বতৰৰ গীতকে/২ গাওঁ !!
আওতে ঐ পিতুৰিয়া
খামচেং পিলুং পিয়্যকা
পুলুং সজা মিটলং
পাই চিদে চং কং
কাচি ঐ কাচি ঐ কৰাক মা !!
আকৌ চেংকন গড়গঞা নাচনী
আকৌ চেংকন হালি-জালি নাচিব
আকৌ চেংকন ৰংঘৰৰ বাকৰি
আকৌ চেংকন জিলিকি উঠিব
আকৌ চেংকন মোৰে চেংকন
পৃথৱী উঠিব/২ কঁপি !
আকৌ চেংকন আমি অসমীয়া
আকৌ চেংকন মূৰত পাগে মৰা
আকৌ চেংকন বিহু বুলি ক’লে
আকৌ চেংকন ভাতে-পানী এৰা
আকৌ চেংকন মোৰে চেংকন
নাচোনত উৰাই যাওঁ/২ ধূলি !!
চ’ততে চকৰী দদাই ঐ
ব’হাগত বাবৰি দদাই ঐ
জেঠতে আমনা দদাই ঐ ধান !
গৰুবিহুৰ দিনা দদাই ঐ
বস্ত্ৰ দান কৰিবা দদাই ঐ
তেহে পাবা বৈকুণ্ঠত দদাই ঐ স্হান !!