Poroxh ( পৰশ ) Lyrics | Zunn Saharia | Assamese Love Song 2020

Song: Poroxh ( পৰশ )

Vocals/Lyrics/Composition: Zunn Saharia


Poroxh ( পৰশ ) Lyrics


চকুৱেনো কি কথাতি কলে
নুবুজাকে মই তোমাৰে ভাষাকে
এমুঠি মৰম দিবলে মনে যায়
দিবানে তুমি হীয়া মোৰ উজলায়

আশাবোৰ আশা হৈয়ে ৰয়
নিৰাশাৰ ভাষা নুবুজিলো মই
চোৱা না চোৱা না কাষলে আহা না
কিদৰে আছু মই ৰৈ

চিপ চিপ বৰষুণত 
প্ৰতিটো তোপালতে মই
তোমাৰে পৰশ পোৱাৰ চেতনা
কিদৰে পাহৰো মই

নিলিম আকাশৰ তলত
দুবাহু মেলি ৰও মই
জানোছা তুমি সাবতি ধৰা 
শুভ্ৰ ধুলিকনা হৈ

আশাবোৰ আশা হৈয়ে ৰয়
নিৰাশাৰ ভাষা নুবুজিলো মই
চোৱা না চোৱা না কাষলে আহা না
কিদৰে আছু মই ৰৈ
চোৱা না চোৱা না কাষলে আহা না
কিদৰে আছু মই ৰৈ

চকুৱেনো কি কথাতি কলে
নুবুজাকে মই তোমাৰে ভাষাকে




Poroxh ( ইউটিউৱত চাওক পৰশ গীততি )






Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Previous Post Next Post

Contact Form