Experience the soul-stirring magic of Assamese music with 'Jaan Buli Matiboloi' by Vreegu and Priyam, composed by Pulak Nath and featuring the mesmerizing vocals of Sunit Gogoi. Dive into the rich cultural tapestry of Assam through this captivating song crafted by Sachin Baruah, a true ode to the beauty of Assamese music in 2024.
Jaan Buli Matiboloi Audio Info:
- Singer: Vreegu Kashyap
- Music: Pulak Nath
- Lyrics: Sunit Gogoi
- Composer: Sunit Gogoi & Vreegu Kashyap
- Mix & Mastering: Diganta Bordoloi
- Recorded @Studio "VREEYAM" by Subhas Dohutia
- Flute: Anjan Medhi
- Music Distributor: Prag Music
জান বুলি মাতিবলৈ মন গৈছে ক Video Creadit :
- Guest Appearance: Rakesh Reeyan
- Casts: Priyam Pallabee, Vreegu Kashyap, Riyan Kashyap, Santanu,
Trishanu Priyambada, Kamal, Rupjit, Bittu, Barsha, & Maini Talukdar
- Director: Sachin Baruah
- Assistant Director: Gayotri Boro
- Cinematographer: Bipul Das (Mirza)
- Assistant Cinematographer: Thomas Rajkhowa
- Video Editor: Manas Kashyap
- Light & Equipments: Rajen Talukdar
- Makeup: Riyan Kashyap, Bablu & Team
- Still Photography: Tridip Barman & Ankur Das
- Graphic Designer: Partha Jit Hira
- Production Designer: Prasanta Haloi.
জান বুলি মাতিবলৈ মন গৈছে ক Lyrics.
শুং লগা ভোমোৰাই ফুলৰে মৌ চুঁহি খাই
পুং ফুটা পুখুৰী সিঁচি কোনে শুকুৱাই !?
মৰমহে লাগে তোক ন' ?
ল' কিমান লাগে ল' !!
বাকীবোৰ নক'বি ৰ' !
থ' পাছত ক'বি থ' !!
অকৰা পাই অভিমানে জুখিব খোজ
চকুলে চাই এনে লাগে তয়োতো বুজ
তোক জান বুলি মাতিবলে মন গৈছে ক' !/৪
1st Antara
না না নহ'ব নহ'ব দেই
মোলৈ চাই মিচিককৈ হাঁহি দিলেই !
লা লা লাগিব লাগিব দেই
মৰম মোক লাগিব বিচাৰিলেই !!
নহ'লে কিনো হ'ব, মই হ'ম সদাশিৱ
তই লাগিবই লাগিব মোৰ পাৰ্বতী হ'ব !!
তোক জান বুলি মাতিবলে মন গৈছে ক' !/৪
2nd Antara
কি মোহে মোহিলি ঐ জান
তোক তোক তোকচোন পাহৰাই টান !
ৰাতি বিহুৰ ৰাতিতে পলুৱাই লৈ যাম
শদিয়া এৰিথৈ অৰুণাচল পাম !!
নহ'লে কিনো হ'ব, মই হ'ম সদাশিৱ
তই লাগিবই লাগিব মোৰ পাৰ্বতী হ'ব !!
তোক জান বুলি মাতিবলে মন গৈছে ক' !/৪