Song: Kune Dukhiyar Vatmuthi Karhi (কোনে দুখীয়াà§° à¦াতমুঠি কাঢ়ি)
Singer: Jyoti Prasad Agarwala
![]() |
| Kune Dukhiyar Vatmuthi Karhi Lyrics |
Kune Dukhiyar Vatmuthi Karhi Lyrics:----
কোনে দুখীয়াà§° à¦াতমুঠি কাঢ়ি
সোণৰ কাঁহীত খাà§±
কোনে দুখিতৰ চকু-টোপালেà§°ে
মুকুতাà§° মালা শিয়?
à§°ূপৰ বানবাটিটোত
কোনে তেজ à¦à§°ালি
নিশকতীয়াà§° বুকু ফালি
মানুহৰ তেজেà§°ে ফটিকা খালি তই
আপুনি বলিয়া হলি ৷
তোà§° বলিয়া মনেà§°ে
তয়ে কেতিয়াবা
নিজকে কৰিবি লয়
আপুনিয়ে শেষ কৰিবি নিজেই
বলিয়াà§° অà¦িনয় ৷৷
