Song: Junuwali Nikhar (জোনোৱালী নিশাৰ)
Singer: Jyoti Prasad Agarwala
Drama: Xun Pokhili
Junuwali Nikhar Lyrics |
Junuwali Nikhar Lyrics:--
জোনোৱালী নিশাৰ
ৰূপোৱালী পোহৰে
চকুৰ পাহিত
কাৰ ছবি আঁকি যায়!
জিক্মিক্ জিক্মিক্
কাৰ সোণ পখিলাই
নাচি নাচি
আহি
ৰুণকজুণুককৈ
নূপুৰ বজায় ৷
পাখি কৰে ৰুণ্ ৰুণ্
গান গায় গুণ্ গুণ্
হাঁহি হাঁহি
দেখুৱাই
অঁকাবকা চকামকা
ৰঙা সপোন ৷৷