Song: Boroxa Naame Jibonoloi (বৰষা নামে জীৱনলৈ)
Singer: Kumar Sanu and Kavita Krishnamurthy
Musician: Jayanta Das
Lyrics: Tarun Sharma
Boroxa Naame Jibonoloi Lyrics |
Boroxa Naame Jibonoloi Lyrics:---
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
ৰ'লাহি মোৰ বাবে
মৰম হৈ অজানিতে ...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
দূৰৰ আকাশে ক'লে
তুমি ধুনীয়া
মনৰ বাঁহীটি আজি
হয় সুৰীয়া।
( কবিতাকৃষ্ণমূৰ্তি) :
বনৰ বতাহো দেখোঁ
আজি উতলা
আমি দুয়ো যে হ'লোঁ
আপোন পাহৰা
(কুমাৰ চানু ) :
ক'লেহি মৰমে নাজানে
ৰাখিব একোকে গোপনে
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
হুম...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...।
(কুমাৰ চানু ) :
তুমি আঁতৰি গ'লে মনে নামানে
ভাবো ৰ'বা সদায়ে
তুমি কাষতে...
( কবিতাকৃষ্ণমূৰ্তি) :
তোমাক নেদেখি জানা
বনৰ পখিয়ে
আছে দেখোন নিৰলে
দূৰত অকলে...
(কুমাৰ চানু ) :
ক'লেহি মৰমে নিদিয়ে...
আঁকিব ছবিটি অকলে...
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
ৰ'লাহি মোৰ বাবে
মৰম হৈ অজানিতে...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...।
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...॥