Song: Bhorir Nupur Jhunjhun (ভৰিৰ নূপুৰ ঝুনঝুন)
Singer: Nilima Khatun
Music: Prabhat Sarma
Lyrics: Kirtikamal Bhuyan
Bhorir Nupur Jhunjhun Lyrics |
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে...
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন...
কোন ৰূপহী দাপোন মতি
সাজে-কাচে আকুল হেঁপাহেৰে...
কোন ৰূপহী দাপোন মতি
সাজে-কাচে আকুল হেঁপাহেৰে...
কাৰ ভাৱনাই উদাস কৰে...
মনটিক আজি বাৰে বাৰে
অ’...অ’...
মনটিক আজি বাৰে বাৰে...
ৰিঙা ৰিঙা এই বতৰতে,
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে...
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন...
কোন ফাগুনৰ উতলা বাই
যোগাই দিলে সপোন কুলিটিক...
কোন ফাগুনৰ উতলা বাই
যোগাই দিলে সপোন কুলিটিক...
যেন প্ৰেয়াসী বুকুৰ বনত
বাজি উঠে আশাৰে বাঁহীটি
অ’...অ’...অ’...
বাজি উঠে আশাৰে বাঁহীটি...
মন উৰা এই বয়সতে...
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে...
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে...
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’...অ’...
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন...