Song Name: Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই)
Singer Name: Neel Akash
Lyrics: Punam NathMusic: Trion MahantaAlbum: Tumar UkhahotReleased: 2019
YouTube Views: 18 Millions+
Lyrics: Punam Nath
Music: Trion Mahanta
Album: Tumar Ukhahot
Released: 2019
YouTube Views: 18 Millions+
YouTube Views: 18 Millions+
Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই) Lyrics:--
মনতে আজি মোৰ,
কিহৰে শিহৰন জাগে,
এমুঠি সপোনে ক'তে নো,
উৰা মাৰে,
তুমিয়ো বহিলা ,
আহি মোৰে কাষতে,
কিনো কওঁ আজি মই,
তোমাক নোকোৱাকে,
ঔ ঔ ঔ ঔ ঔ ঔ
উমলি উভতি আহে
এ এ এ এ এ এ ....
কৌকীৰি উফৰি উঠে,
ঔকা ৰাতিৰ ওঠতে,
অলেখ ভাষা,
অ ... তোমাক দেখি মোৰ ,
জাগে মায়াবি আশা.....
তোমাৰ উশাহতে যে,
মই বিলীন হওঁ,
তুমি জানানে নাজানা,
তোমাৰ সপোনতে যে ,
মই বিলীন হওঁ,
তুমি বুজানে নুবুজা.....
একুলা দুকুলা কৈ,
বাঢ়ি অহা মৰম,
চেনেহী অ' তুমি মোৰে সাথৰ,
অ অ ... ৰাতি ৰাতি মোৰে,
গাৰু শিতানৰ,
কোমলকৈ আঙুলিৰ,
উমাল পৰস,
ঔ ঔ ঔ ঔ ঔ ঔ .....
উমলি উভতি আহে
এ এ এ এ এ এ .....
কৌকীৰি উফৰি উঠে,
ঔকা ৰাতিৰ ওঠতে,
অলেখ ভাষা,
অ ... তোমাক দেখি মোৰ ,
জাগে মায়াবি আশা .....
তোমাৰ উশাহতে যে ,
মই বিলীন হওঁ,
তুমি জানানে নাজানা,
তোমাৰ সপোনতে যে ,
মই বিলীন হওঁ,