Trending

Tumi Suwa Jetiya ( তুমি চোৱা যেতিয়া ) Lyrics by Zubeen Garg

Singer: Zubeen Garg
Song Name: Tumi Suwa Jetiya


The Tumi Suwa Jetiya Lyrics:::


তুমি চোৱা যেতিয়া দুচকু তুলি,
মোৰ আকাশ ভাঙি নামে বিজুলি,
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে,
তুমি চুলেই যে বসন্ত,

ধুমুহাও যে প্ৰশান্ত,
তোমাৰ মাজত দিগন্ত,
সৃষ্টিৰ অপৰুপ অনন্ত |

******************** ASSAMESE LYRICS ***************

মেঘালি চুলি তাৰিত,
ধৌ খেলে ৰ’দ দাৰি,
হাহিত মিচিকনি,
সোনাৰুৰ পাহি,
সজল সজল চাৱনিত,
ত’ৰাৰে জিলিকনি,
সেন্দুৰিয়া ওঠতে,
ক’থাৰে নিচুকনি,
বুকুৰ মাজত দেখো জাগে সপোন,
চকুৰ পতাত আকি তোমাক চিকুন,
বুকুৰ মাজত দেখো জাগে সপোন,
চকুৰ পতাত আকি তোমাক চিকুন,
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই,

******************** ASSAMESE LYRICS ***************

তুমি চোৱা যেতিয়া দুচকু তুলি,
মোৰ আকাশ ভাঙি নামে বিজুলি,
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে,
তুমি চুলেই যে বসন্ত,

ধুমুহাও যে প্ৰশান্ত,
তোমাৰ মাজত দিগন্ত,
সৃষ্টিৰ অপৰুপ অনন্ত |

******************** ASSAMESE LYRICS ***************

পুৱা দুচকু মেলি,
এপল দুপলা বেলি,
নিজম নিজম গধুলি,
তোমাকেই আশা পালি,
নিয়ৰ সনা শেৱালি,
ধৰি আছে পদুলি,
তুমি গৰকি গ’লেই,
সিও হ’ব সোনালী,
এখোজ দুখোজ তুমি নিচেই কাষত,
উলাহে নধৰা হাহি বুকুৰ মাজত,
এখোজ দুখোজ তুমি নিচেই কাষত,
উলাহে নধৰা হাহি বুকুৰ মাজত,
এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি | 

******************** ASSAMESE LYRICS ***************

তুমি চোৱা যেতিয়া দুচকু তুলি,
মোৰ আকাশ ভাঙি নামে বিজুলি,
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে,
তুমি চুলেই যে বসন্ত,

ধুমুহাও যে প্ৰশান্ত,
তোমাৰ মাজত দিগন্ত,
সৃষ্টিৰ অপৰুপ অনন্ত |

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Previous Post Next Post

Contact Form